Rongali Bihu 2016 - Programme of Gandhi Maidan, Bongaigaon

প্ৰথমে সকলোকে অগুন্তুক ৰঙালী শুভেচ্ছা জনালো ।
এইবাৰ বঙাইগাঁৱৰ গান্ধী ময়দানৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মীলনী উদযাপন সমিতিৰ উদ্যোগত অহা ৩০ চ'ত আৰু ১ আৰু ২ বহাগ (13, 14 & 15 April) তাৰিখে ৰাইজলৈ আকৰ্ষণীয় কাৰ্যসূচী আগবঢ়াইছে ।

**14th April - Angaraag PAPON Mahanta LIVE onward 8 pm & Priyanka Bharali LIVE onward 10 pm
**15th April - Zubeen Garg LIVE onward 10 pm
LIKE US 
Bongaigaon Now on Facebook

Post a Comment

Previous Post Next Post